close
সমললৈ যাওক

জাৰ্মানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জাৰ্মানী পশ্চিম ইউৰোপৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। প্ৰায় ৫০০ বছৰ ধৰি সাংস্কৃতিক, ৰাজনৈতিক, সামৰিক আৰু ৰাজনৈতিক দিশৰপৰা জাৰ্মানী পৃথিৱীৰ এখন গুৰুত্বপূৰ্ণ দেশ বুলি পৰিগণিত হৈ আহিছে। ১৭ আৰু ১৮ শতিকাত জাৰ্মানীৰ সীমা উত্তৰ আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ বিভিন্ন ঠাইলৈ বিস্তৃত হৈ পৰিছিল। বৰ্তমান ই ইউৰোপিয়ান ইউনিয়নৰ এক গুৰুত্বপূৰ্ণ অংগ।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]